শুকান ফাগুন






শুই আছিল ,
শান্তিত আছিলোঁ..
লৰাই দিলো সাৰ পাই গল
উঠিয়ে আকৌ ঠেঁহ পাতিল
তাক হেনো
অলপ প্ৰেম লাগে...

মই ক'লো ৰ'চোন...
হেৰ' ঠেঁহ নালাগিবি ..
শুনচোন তই...

ফাগুনে নিয়ে হে'
নিদিয়ে নহয় ঘূৰাই..

এতিয়া যা শুই থাক
ব'হাগ আহিলে বাৰু মই
জগাই দিম তোক......

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

অৰ্থনৈতিক উন্নয়ন বনাম সাংস্কৃতিক প্ৰদূষণ : বিহুৰ পৰা পূজালৈ এক অৱলোকন

বিৰ্তকত “বিহু”, সাংস্কৃতিক প্ৰদূষণ আৰু ৰেহেনা খিচগিৰ চিন্তা