শুকান ফাগুন






শুই আছিল ,
শান্তিত আছিলোঁ..
লৰাই দিলো সাৰ পাই গল
উঠিয়ে আকৌ ঠেঁহ পাতিল
তাক হেনো
অলপ প্ৰেম লাগে...

মই ক'লো ৰ'চোন...
হেৰ' ঠেঁহ নালাগিবি ..
শুনচোন তই...

ফাগুনে নিয়ে হে'
নিদিয়ে নহয় ঘূৰাই..

এতিয়া যা শুই থাক
ব'হাগ আহিলে বাৰু মই
জগাই দিম তোক......

Comments

Popular posts from this blog

“আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”

ভূ তত্ত্ব শিক্ষাৰ গুৰুত্ব, শৈক্ষিক পৰিক্ৰমা আৰু সংস্থাপনৰ সুবিধা (নিয়মীয়া বাৰ্তাৰ সাপ্তাহিক শিক্ষামূলক বিশেষ পৃষ্ঠা 'শিক্ষা বাৰ্তা')

২২ মাৰ্চ বিশ্ব জল দিৱস: এইবাৰৰ চিন্তা পেলনীয়া পানীৰ ব্যৱস্থাপনা (Waste Water Management)