Posts

Showing posts from February, 2017

দৈনিক জনমভূমি ২৮।০২।২০১৭

Image

ব্ৰক্ষ্মপুত্ৰৰ পানী কিমান মিঠা কিমান তিতা: চীনৰ কূটনীতি আৰু আমাৰ পৰিকল্পনা (দৈনিক জনমভূমি ১১ আগষ্ট,২০১৬)

Image
ব্ৰ্ক্ষ্ম্পুত্ৰৰ পানী কিমান মিঠা কিমান তিতা: চীনৰ কূটনীতি আৰু আমাৰ পৰিকল্পনা “…সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল স্ংগ্ৰামী, আৰু অগ্ৰগামী কৰি নোতোলা কিয়?” আলোচনাটিৰ আৰম্ভণিতেই ভূপেনদাৰ ‘বিস্তীৰ্ণ পাৰ’ৰে গীতটোৰ এই বিশেষ অংশটো স্ংযোজন কৰা মূল লক্ষ্যটো হ’ল, আমি অসমীয়া জাতিটোৱে নিজৰ সমস্যাবোৰক প্ৰ্কৃত অৰ্থত কেতিয়া অনুধাৱন কৰিম আৰু এইবোৰৰ স্থায়ী সমাধানৰ বাবে আমাৰ মনবোৰ কেতিয়া স্ংগ্ৰামী হব। ব্ৰ্ক্ষ্ম্পুত্ৰ আমাৰ বাবে সমস্যা নে ই আমাৰ বাবে সম্পদ এই কথাৰ তত্ত্ব বিচাৰি উলিয়াবলৈ আৰু কিমান সময় লম, প্ৰ্তি বছৰে ৰাজ্যত হোৱা বানৰ পৰা আমি কিবা শিক্ষা লৈছোঁ নে, যদিহে লৈছোঁ তেন্তে প্ৰ্তিবছৰে বানৰ এই তাণ্ডৱ কিয়, এই সমস্যা সমাধানৰ পথ কি? এইবছৰ বানৰ ভয়াবহ তাণ্ডৱ দেখি এনে বহু প্ৰ্শ্নই মনটোক ব্যতিব্যস্ত কৰি ৰাখিছিল।আৰু ঠিক তেনেসময়তে ২৯ জুলাই, ২০১৬ৰ বাতৰি কাগজত প্ৰ্কাশিত এটা চৰকাৰী বিজ্ঞাপনে মনটোক অলপ শান্ত কৰিব পাৰিছিল, সেইটো আছিল অসম চৰকাৰৰ জল সম্পদ বিভাগে ৩০ আৰু ৩১ জুলাই,২০১৬ত অসমৰ বানপানী, গৰাখহনীয়া, ব্ৰক্ষ্মপুত্ৰত খননৰ সম্ভাৱনীয়তা আদি সাম্প্ৰ্তিক বিষয়ক সামৰি “অসম জল গৱেষ

দৈনিক জনমভূমি ০৯.০৭.২০১৬

Image

শুকান ফাগুন

পাতনিতে কিছু যোগাত্মক চিন্তা : দৈনিক জনমভূমি, পহিলা জানুৱাৰী ,২০১৭

Image

“ড’নাল্ড ট্ৰাম্প”, এক চীন আৰু দক্ষিণ-পূৰ্ব এছিয়া" (সাদিন ১০ ফেব্ৰুৱাৰী ২০১৭)

Image
“ড’নাল্ড ট্ৰাম্প” সাম্প্ৰতিক বিশ্বৰ সৰ্বাতোতকৈ চৰ্চিত নাম, বিশ্বৰ অতি শক্তিবান দেশ আমেৰিকাৰ নতুন চালিকা শক্তি। ২০১৫ চনৰ জুন মাহৰ ১৬ তাৰিখে আমেৰিকাৰ “ওবামা” উত্তৰসূৰী সন্ধানী নিৰ্বাচনী প্ৰক্ৰিয়াত নিজকে জড়িত কৰা পৰা ড’নাল্ড ট্ৰাম্প বিশ্ববাসীৰ বাবে চৰ্চাৰ এটা কাৰণ হৈ পৰে। আৰু পিছৰ পৰ্য্যায়ত অৰ্থাৎ আমেৰিকাৰ প্ৰাক নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ কৰা বিভিন্ন মন্তব্যই ড’নাল্ড ট্ৰাম্পক সেই সময়তেই বিশ্বৰ সৰ্বাধিক বিতৰ্কিত ব্যক্তিৰূপে চিহ্নিত কৰে।নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াত ট্ৰাম্পে কৰা বিভিন্ন মন্তব্যসমূহক সূক্ষ্মভাৱে অধ্যয়ণ কৰি, আগন্তুক দিনত আমেৰিকাৰ সুৰক্ষা, বৈদেশিক আৰু অৰ্থনৈতিক নীতি কেনে হব তাকলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ চিন্তাবিদ সকল বিশেষ তিনিটা কাৰণত চিন্তিত আৰু শংকিত হৈ পৰিছিল, সেই তিনি বিশেষ কাৰণ আছিল, ক। বিশ্বৰ অৰ্থনীতি প্ৰতিৰ আমেৰিকা আগন্তুক বৈদেশিক আৰু বেপাৰ নীতি কি হ’ব, কাৰণ ট্ৰাম্পে মুক্ত বানিজ্য বিৰোধিতা কৰি সকলো ক্ষেত্ৰতে আমেৰিকাৰ (America First policy) কতৃত্ব বৃদ্ধি কৰাত মত পোষণ কৰিছিল। খ। মুছলিম দেশসমূহৰ প্ৰতি আমেৰিকাৰ বৈদেশিক আৰু সুৰক্ষা নীতি কেনে হব, কাৰণ সা

ৰাজ্যিক বাজেটৰ বিশেষ প্ৰস্তাৱ আৰু সাম্প্ৰতিক অসমীয়া সমাজ :দৈনিক জনমভূমি ১৭.০২.১৭

Image

অসমৰ পৰ্যটন : কেগ’ (CAG)ৰ প্ৰতিবেদন আৰু প্ৰিয়ংকাৰ আগমন

Image
অসমৰ পৰ্যটন : কেগ’ (CAG)ৰ প্ৰতিবেদন আৰু প্ৰিয়ংকাৰ আগমন ড ° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম। যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫ ২০১৬ বৰ্ষত অসমত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত বছৰটো শেষৰ ফালে বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাড (brand ambassador) ৰূপে দায়িত্বভাৰ লোৱাটো নিশ্চয়কৈ অন্যতম।এই ঘটনাটোৱে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল, একাংশই দুৰ্বল আন্ত:গাঠনিক জগৰীয়া কৰি চেলিব্ৰেটী ব্ৰেণ্ড এম্বেচাডৰ নামত কোটি টকা খৰছ কৰাটো পৰিৱৰ্তনকামী চৰকাৰৰ এক অপৰিপক্ক সিদ্ধান্ত বুলি সমালোচনা কৰিছিল, একেসময়তে আনএকাংশই অসমৰ পৰ্যটনৰ প্ৰতি বিশ্ব পৰ্যটন উদ্যোগৰ দৃষ্টি আৰ্কষণ কৰাত চৰকাৰৰ এক সময়োপযোগী সাহসী পদক্ষেপ বুলি সমৰ্থন কৰিছিল। আৰু অসমৰ পৰ্যটনক লৈ আৰম্ভ হোৱা এই দোদুল্যমান চিন্তাই আমাৰও মনোযোগ আৰ্কষণ কৰিবলৈ সক্ষম হৈছিল, কাৰণ আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ, ইতিহাস সমৃদ্ধ আৰু প্ৰাকৃতিক সমলেৰে চহকী অসমক বিশ্ব ভিতৰতেই এক বৃহৎ পৰ্যটন-ক্ষেত্ৰ ৰূপে গঢ়ি তোলা পূৰ্ণ সম্ভাৱনা আছে।আৰু সেইয়ে আমি জানিব বিচাৰিছিলোঁ অসমৰ পৰ্যটন বিভাগৰ বৰ্তমানৰ প্ৰকৃত অৱস্থাৰ কথা

কেন্দ্ৰীয় বাজেট ২০১৭-১৮ আৰু অসমৰ উন্নয়ণক লৈ আমাৰ কিছু চিন্তা

Image
কেন্দ্ৰীয় বাজেট ২০১৭-১৮ আৰু অসমৰ উন্নয়ণক লৈ আমাৰ কিছু চিন্তা ড ° বিজয় কৃষ্ণ চেতিয়া ভূতত্ত্ববিদ শিৱসাগৰ,অসম। যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩ ০১, ফেব্ৰুৱাৰী ২০১৭ তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বিজেপি নেতৃত্বাধীন এন.ডি.এ (NDA) চৰকাৰৰ চৰ্তুথখন বাজেট; ২০১৭-১৮ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট স্ংসদত দাখিল কৰা লগে লগে এই বাজেটখন মুখ্যত দুটা কাৰণত ঐতিহাসিক হৈ পৰিল, ক।ভাৰতীয় গণতান্ত্ৰীক অৰ্থ ব্যৱস্থাৰ প্ৰচলিত নিয়ম ভংগ কৰি পোনপ্ৰথম বাৰৰ বাবে প্ৰায় এমান দিন আগতেই এইবাৰৰ সাধাৰণ বাজেট সংসদত দাখিল কৰা হয়।সাধাৰণতে ভাৰতীয় প্ৰচলিত নিয়ম অনুসৰি প্ৰতি বিত্তীয় বৰ্ষৰ শেষৰ দিনটোত অৰ্থাৎ ২৮ ফেব্ৰুৱাৰী বা ২৯ ফেব্ৰুৱাৰীত (Leap year হ’লে)বাজেট দাখিল কৰা হয়, কিন্তু এইবাৰ এই প্ৰচলিত পৰম্পৰা ভংগ কৰি ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোতেই বাজেট দাখিল কৰা হয়। এই পৰম্পৰা ভংগ দ্বাৰা বাজেটত বিত্তীয় বৰ্ষৰ বাবে গ্ৰহন কৰা আচঁনিসমূহ নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটো পৰাই ৰূপায়ণ কৰিবলৈ প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহন কৰাত সুবিধা হব বুলি বিশ্বাস কৰা হৈছে। খ।এইবাৰৰ বাজেটৰ দ্বিতীয় উল্লেখনীয় দিশটো হ’ল, ৰেল বাজেটক সাধাৰণ বাজ

ভাৰত –এছীয়ান সৰ্ম্পক আৰু সাম্প্ৰতিক সময়ত STILWELL পথৰ গুৰুত্ব (নিয়মীয়া বাৰ্তা, ০১/০২/২০১৭)

Image
ভাৰত –এছীয়ান সৰ্ম্পক আৰু সাম্প্ৰতিক সময়ত STILWELL পথৰ গুৰুত্ব ড ° বিজয় কৃষ্ণ চেতিয়া ২৮ জানুৱাৰী, ২০১৭ তাৰিখে দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ সংঘ এছীয়ান (Association of Southeast Asian Nations) ৰ লগত ভাৰত গণতন্ত্ৰৰ সৰ্ম্পকৰ ২৫বছৰ পূৰ্ণ হ’ল অৰ্থাৎ এই সৰ্ম্পকই ৰূপালী জয়ন্তী অতিক্ৰম কৰিলে।১৯৯২ চনৰ ২৮ জানুৱাৰী তাৰিখে ভাৰতে এছীয়ানৰ লগত আংশিক ডায়’লগ সহযোগীৰূপে (Sectoral Dialogue Partner) সৰ্ম্পক স্থাপন কৰিছিল আৰু পৰ্য্যায়ক্ৰমে এই সৰ্ম্পক ১৯৯৬ চনত পূৰ্ণ ডায়’লগ সহযোগী (Full Dialogue Partner) আৰু ২০১২ চনত কাৰ্যনিৰ্ণায়ক সহযোগীলৈ (Strategic Partner) ৰূপান্তৰ হয়। বিশ্বৰ দক্ষিণ-পূৰ্ব এছীয় দেশসমূহৰ অথাৎ এছীয়ান(ASEAN) দেশসমূহৰ ক্ষিপ্ৰ উন্নয়ণ তথা বিকাশ লগতে এই দেশসমূহৰ ওপৰত চীনৰ বৰ্দ্ধিত কূটনৈতিক কতৃত্বই ভাৰতকও এই দেশসমূহৰ লগত কূটনৈতিক সম্পৰ্ক মজবুত কৰি সাংস্কৃতিক সহযোগিতাৰে বানিজ্যিক সমন্ধ গঢ়ি তোলা সম্পৰ্কে চিন্তা কৰিবলৈ বাধ্য কৰিছিল। এনে চিন্তাৰে  ভাৰতে পি ভি নৰসিংহ ৰাওৰ চৰকাৰৰ দিনত প্ৰস্তুত কৰিছিল “Look East Policy” অথাৎ পূৰ্বলৈ চোৱা নীতি আৰু এই “Look East Policy” আধাৰতেই ভাৰতে এছীয়ান সং